পুলৱামাত সেনাৰ হাতত নিধন এক সন্ত্ৰাসবাদী…

পুলৱামাত সেনাৰ হাতত নিধন এক সন্ত্ৰাসবাদী…
  • পুলৱামাত সন্ত্ৰাসবাদীৰে ভাৰতীয় সেনাৰ সংঘৰ্ষ।
  • সংঘৰ্ষত নিহত এটা সন্ত্ৰাসবাদী।
  • বৰ্তমানলৈকে উগ্ৰপন্থীৰ সন্ধানত অভিযান অব্যাহত আছে ভাৰতীয় সেনাৰ।
  • পুলৱামাত কেইবাজনীয়া এটা সন্ত্ৰাসবাদীৰ দল আত্মগোপন কৰি থকাৰ সন্দেহ সেনাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in