পুলৱামাৰ শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

পুলৱামাৰ শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি
  • জম্মুৰ পুলৱামাত নিহত সকললৈ শ্ৰদ্ধাঞ্জলি।
  • সন্ত্ৰাসবাদীৰে সংঘৰ্ষত নিহত হৈছিল চাৰিজনকৈ জোৱান।
  • শ্ৰীনগৰত ৫৫ ৰাষ্ট্ৰীয় ৰাইফলছৰ চাৰি জোৱানলৈ শেষ শ্ৰদ্ধা জ্ঞাপন।
  • নিহত সকলৰ ভিতৰত আছিল মেজৰ ভি এছ দন্ধিয়াল।
  • সামৰিক অভিবাদনেৰে শ্ৰদ্ধাঞ্জলি সেনা জোৱানলৈ।
  • শ্ৰীনগৰত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
  • নিহত আন তিনি জন ক্ৰমে- হাবিলদাৰ ছেউ ৰাম, অজয় কুমাৰ আৰু হৰি সিং।
  • এই সংঘৰ্ষত নিহত হৈছিল জম্মু-কাশ্মীৰ আৰক্ষীৰ হেড কনিষ্টবল আব্দুল ৰছিদ খালাছ।
  • তেওঁকো আৰক্ষীয়ে মৰ্যাদা সহকাৰে জনালে শেষ শ্ৰদ্ধা।
  • সন্ত্ৰাস বিৰোধী অভিযানত অংশ লৈছিল এইগৰাকী আৰক্ষী কনিষ্টবলে।
  • এজন আৰক্ষী আৰু চাৰিজন জন সেনাসহ মুঠ জনে প্ৰাণ হেৰুৱালে এই সংঘৰ্ষত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in