পুলৱামাত সন্ত্ৰাসবাদীয়ে নিশা ঘৰৰ উলিয়াই আনি হত্যা কৰিলে সাধাৰণ নাগৰিকক…

পুলৱামাত সন্ত্ৰাসবাদীয়ে নিশা ঘৰৰ উলিয়াই আনি হত্যা কৰিলে সাধাৰণ নাগৰিকক…
  • পুলৱামাত মাৰ যোৱা নাই সন্ত্ৰাসবাদীৰ অতপালি।
  • বৃহস্পতিবাৰে নিশা পুলৱামাত জিলাৰ অৱন্তিপুৰা অঞ্চলত এজন লোকক হত্যা।
  • শ্ৰী নগৰৰ স্থানীয় সংবাদমাধ্যমৰ মতে, গুলজাৰপুৰা গাঁৱত সংঘটিত হৈছে এই কাণ্ড।
  • হত্যা কৰা লোক জনৰ নাম মঞ্জুৰ আহমেদ লোন(৪০)।
  • শুকুৰবাৰে পুৱা আৰক্ষীয়ে ৰাজহুৱা কৰিছে এই খবৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in