জম্মু-কাশ্মীৰত শ্বহীদ ভাৰতীয় জোৱান…

জম্মু-কাশ্মীৰত শ্বহীদ ভাৰতীয় জোৱান…
  • জম্ম-কাশ্মীৰত শ্বহীদ ভাৰতীয় জোৱান।
  • সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত শ্বহীদ হয় জোৱানজন।
  • আনহাতে সেনাৰ গুলীত নিহত এটা সন্ত্ৰাসবাদীও।
  • নিহত সন্ত্ৰাসবাদীৰ পৰা উদ্ধাৰ কেইবাটাও মাৰনাস্ত্ৰ।
  • পুলৱামাত সংঘটিত হৈছে এই ঘটনা।
  • বৰ্তমান উগ্ৰপন্থীৰ সন্ধানত অভিযান অব্যাহত ভাৰতীয় সেনাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in