পুলৱামা সংঘৰ্ষত গুৰুতৰভাৱে আহত দক্ষিণ কাশ্মীৰ ৰেঞ্জৰ ডিআইজি অমিত কুমাৰ

পুলৱামা সংঘৰ্ষত গুৰুতৰভাৱে আহত দক্ষিণ কাশ্মীৰ ৰেঞ্জৰ ডিআইজি অমিত কুমাৰ
  • পুলৱামাত ১৮ ফেব্ৰুৱাৰীত সন্ত্ৰাসবাদী আৰু বিশেষ অভিযানকাৰী গোটৰ মাজত সংঘৰ্ষ।
  • দুই পক্ষৰ সংঘৰ্ষত নিহত হয় এজন মেজৰসহ চাৰিজনকৈ জোৱান।
  • সন্ত্ৰাসবাদীৰ আক্ৰমণত দক্ষিণ কাশ্মীৰ ৰেঞ্জৰ ডি আই জি অমিত কুমাৰ গুৰুতৰভাৱে আহত।
  • আৰক্ষী বিষয়াগৰাকীক ততাতৈয়াকৈ লৈ যোৱা হয় আৰ্মী হাস্পতাললৈ।
  • বৰ্তমান চিকিৎসালয়ত অমিত কুমাৰ চিকিৎসাধীন অৱস্থাত আছে।
  • ইফালে, অঞ্চলটোত সেনা বাহিনীৰ গুলীত নিহত হয় ১৪ ফেব্ৰুৱাৰীত পুলৱামা কাণ্ডৰ মাষ্টাৰ মাইণ্ড আব্দুল ৰছিদ গাজী ওৰফে কামৰান।
  • ভাৰতীয় সেনাৰ মেজৰসহ ৪জন জোৱান নিহত হোৱাৰ উপৰি কেবাজনো আহত হয় এই সংঘৰ্ষত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in