এজেপিত যোগদান কৰিব অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাই…

এজেপিত যোগদান কৰিব অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাই…
  • অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাই বৃহস্পতিবাৰে এজেপিত যোগদান কৰিব ।
  • অগপ দলৰ এসময়ৰ আগশাৰীৰ নেতা আছিল পুলকেশ বৰুৱা ।
  • অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিব নেতা গৰাকীয়ে ।
  • বৃহস্পতি বাৰে ২ বজাত যোগদান কৰিব পুলকেশ বৰুৱাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in