বিজেপি এৰিলে পুলকেশ বৰুৱাই…

বিজেপি এৰিলে পুলকেশ বৰুৱাই…
  • বিজেপিৰ পৰা পদত্যাগ কৰিলে পুলকেশ বৰুৱাই।
  • অসমীয়া খিলঞ্জীয়া মানুহৰ স্বাৰ্থ আওকান কৰি নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰাৰ বিৰুদ্ধে এই পদক্ষেপ বৰুৱাৰ।
  • কেন্দ্ৰীয় তথা বিজেপিৰ ৰাজ্যিক নেতৃত্বই ন্যায় সংগত অসমবাসীৰ আন্দোলনৰ ন্যয্যতা বুজি পোৱা নাই বুলি মন্তব্য পুলকেশ বৰুৱাৰ।
  • বিজেপিৰ নেতাগৰাকীয়ে প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত উল্লেখ কৰিছে যে বিজেপি সদস্য পদ ত্যাগ কৰি তেওঁ ইয়াৰ বিৰোধিতা কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in