শিশু হত্যাকাৰী মংগল পাইকৰ শাস্তিৰ দাবীত বিশ্বনাথত উত্তাল প্ৰতিবাদ

  • শিশু হত্যাকাৰীক ফাঁচীৰ দাবী।
  • বিশ্বনাথৰ ইটাখোলাত পথ অৱৰোধ কৰি প্ৰতিবাদ।
  • স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ।
  • ৫ বছৰীয়া কন্যা শিশুক হত্যা কৰাৰ অভিযোগ মংগল পাইক নামৰ এজন লোকৰ বিৰুদ্ধে।
  • হত্যা কৰি চাহ বাগিচাৰ মাজত পুতি থৈছিল শিশুটিৰ মৃতদেহ।
  • আলহী খাবলৈ আহিছিল মংগল পাইক নামৰ লোকজন।
  • শিশুটোক বলাত্‍কাৰ কৰি হত্যা কৰাৰ অভিযোগ।
  • মংগল পাইকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in