বিধেয়কৰ বিৰুদ্ধে শিৱসাগৰৰ শিমলুগুৰিত সজাগতা সভা আৰু প্ৰচাৰ পত্ৰিকা বিতৰণ

বিধেয়কৰ বিৰুদ্ধে শিৱসাগৰৰ শিমলুগুৰিত সজাগতা সভা আৰু প্ৰচাৰ পত্ৰিকা বিতৰণ
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত।
  • শিৱসাগৰ জিলাৰ শিমলুগুৰিত নাগৰিকত্ব সশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সজাগতা সভা আৰু প্ৰচাৰ পত্ৰিকা বিতৰণ৷
  • ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সচেতন ছাত্ৰ সমাজৰ সহযোগত  এই কাৰ্যসূচী।
  • নাজিৰা মহকুমাৰ বিভিন্ন গাঁৱত এই কাৰ্যসূচী হাতত লৈছে সদস্যসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in