‘কা’, এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে দিল্লীত কেইবাটাও ছাত্ৰ সংগঠনৰ প্ৰতিবাদ…

‘কা’, এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে দিল্লীত কেইবাটাও ছাত্ৰ সংগঠনৰ প্ৰতিবাদ…
  • দিল্লীত অল ইণ্ডিয়া ষ্টুডেন্টছ এছ'চিয়েশ্যন আৰু আন ছাত্ৰ সংগঠনৰ প্ৰতিবাদী সমদল।
  • নাগৰিকত্ব সংশোধনী আইন, এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে বাহিৰ কৰে এই প্ৰতিবাদী সমদল।
  • দিল্লীৰ মন্দী হাউচৰ পৰা ছাত্ৰ সংগঠনসমূহে বাহিৰ কৰে প্ৰতিবাদী সমদল।
  • 'কা'ক অসাংবিধানিক আখ্যা প্ৰতিবাদকাৰী ছাত্ৰ সমাজৰ।
  • এই 'কা' বিৰোধী প্ৰতিবাদত অংশ লৈছে জেএনইউৰ প্ৰাক্তন ছাত্ৰনেতা ওমৰ খলিদেও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in