দক্ষিণ কামৰূপত প্ৰতিবাদকালীয়ে জ্বলাই দিলে বিজেপি কার্যালয়ৰ বেনাৰ–পোষ্টাৰ

দক্ষিণ কামৰূপত প্ৰতিবাদকালীয়ে জ্বলাই দিলে বিজেপি কার্যালয়ৰ বেনাৰ–পোষ্টাৰ
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দক্ষিণ কামৰূপত উত্তপ্ত পৰিস্থিতি।
  • ঐক্য সেনা অসমৰ তীব্ৰ প্ৰতিবাদ সাব্যাস্ত।
  • প্ৰতিবাদকাৰীয়ে লণ্ড ভণ্ড কৰিলে বিজেপিৰ কাৰ্যালয়।
  • লগতে সংগঠনটোৰ কৰ্মীয়ে জ্বলাই দিলে বিজেপি কার্যালয়ৰ বেনাৰ–পোষ্টাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in