নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মথুৰাপুৰত ছাত্ৰ সন্থাৰ প্ৰতিবাদী…

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মথুৰাপুৰত ছাত্ৰ সন্থাৰ প্ৰতিবাদী…
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মথুৰাপুৰত ছাত্ৰ সন্থাৰ প্ৰতিবাদী জোঁৰ সমদল ৷
  • আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী৷
  • নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এই প্ৰতিবাদী।
  • স্থানীয় ৰাইজ, ছাত্ৰ কৰ্মী আৰু জনগোষ্ঠীয় সংগঠনৰ অংশগ্ৰহণ এই প্ৰতিবাদত।
  • মথুৰাপুৰ আছুৰ কাৰ্যালয়ৰ পৰা হাতে হাতে জোঁৰ লৈ কেব বিৰোধী শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in