নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত কটন বিশ্ববিদ্যালয়ৰ এম এন ডি পি ছাত্ৰাৱাসৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ঐক্যবদ্ধ সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

  • নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত।
  • কটন বিশ্ববিদ্যালয়ৰ এম এন ডি পি ছাত্ৰাৱাসৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ঐক্যবদ্ধ সংগ্ৰাম সমিতিৰ প্ৰতিবাদ।
  • এইখন চৰকাৰৰ সকলো প্ৰতিশ্ৰুতি ভুৱা বুলি মন্তব্য প্ৰতিবাদকাৰীৰ।
  • 'মোদীয়ে অসমবাসীক মাত্ৰ তিতা ললীপপ খুৱালে।'
  • ২ কোটি নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি ভুৱা আছিল বুলিও ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in