শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান ব্যক্তিগতকৰণৰ বিৰুদ্ধে গুৱাহাটী শোধনাগাৰৰ সন্মুখত প্ৰতিবাদ…

84
  • গুৱাহাটী শোধনাগাৰৰ সন্মুখত প্ৰতিবাদ।
  • United workmen union ৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ।
  • ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান ব্যক্তিগতকৰণৰ বিৰুদ্ধে গৰজি উঠে শ্ৰমিক সকল।
  • মূল্যবৃদ্ধি ৰোধৰ দাবীৰে চৰকাৰৰ বিৰুদ্ধে শ্ৰমিক সকলে ক্ষোভ ব্যক্ত কৰে ।
  • শ্ৰমিকৰ মজুৰিৰ ক্ষেত্ৰত কৰা প্ৰবঞ্ছনা আৰু নছলিব, কৃষক বিৰোধী নীতি মানি লোৱা নহব আদি শ্লোগানেৰে উত্তাল কৰিলে শোধনাগাৰৰ দ্বাৰ।
  • ভিন্ন দাবী লৈ অহা 26 নৱেম্বৰত দেশজুৰি ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণৰ আহ্বান
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি