ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান ব্যক্তিগতকৰণৰ বিৰুদ্ধে গুৱাহাটী শোধনাগাৰৰ সন্মুখত প্ৰতিবাদ…

ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান ব্যক্তিগতকৰণৰ বিৰুদ্ধে গুৱাহাটী শোধনাগাৰৰ সন্মুখত প্ৰতিবাদ…
  • গুৱাহাটী শোধনাগাৰৰ সন্মুখত প্ৰতিবাদ।
  • United workmen union ৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ।
  • ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান ব্যক্তিগতকৰণৰ বিৰুদ্ধে গৰজি উঠে শ্ৰমিক সকল।
  • মূল্যবৃদ্ধি ৰোধৰ দাবীৰে চৰকাৰৰ বিৰুদ্ধে শ্ৰমিক সকলে ক্ষোভ ব্যক্ত কৰে ।
  • শ্ৰমিকৰ মজুৰিৰ ক্ষেত্ৰত কৰা প্ৰবঞ্ছনা আৰু নছলিব, কৃষক বিৰোধী নীতি মানি লোৱা নহব আদি শ্লোগানেৰে উত্তাল কৰিলে শোধনাগাৰৰ দ্বাৰ।
  • ভিন্ন দাবী লৈ অহা 26 নৱেম্বৰত দেশজুৰি ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণৰ আহ্বান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in