শেহতীয়া খবৰ
জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখেত গৈ থকা অৱস্থাত ট্ৰাকত অগ্নিকাণ্ড...  •  কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোডীৰ গুণ গালে যুৱকে, চাওঁক VIDEO  •  কৰিমগঞ্জৰ ৪টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ...  •  দক্ষিণ দিল্লীত আপৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল...  •  ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল ফিলিপিন্স...  •  মাৰ্ঘেৰিটাত মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি, VIDEO  •  বেংকৰ টকা লুটি কোনোবা যদি পলাব খোজে, তেন্তে ধৰি বান্ধি ঘূৰাই অনা হ’বঃ প্ৰধানমন্ত্ৰী মোডী  •  জম্মু-কাশ্মীৰত বাহনসহ ২ দুৰ্বৃত্তক আটক  •  আজিলৈকে মই চুলিৰ চকীদাৰহে আছিলো, এতিয়াৰে পৰা দেশৰ চকীদাৰঃ যাৱেদ হাবিব  •  প্ৰিয়ংকা গান্ধীয়ে নাটক নকৰাটোৱেই ভাল হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী...

অসমত আন্তৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

73
  • অসমত আন্তৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰাৰ দাবী।
  • মহানগৰীৰ নাৰেংগীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।
  • চৰকাৰ বিৰোধী শ্ল’গান সংগঠনটোৰ।
  • জোঁৰ লৈ সমদল উলিয়াই প্ৰতিবাদ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।
  • চৰকাৰক শীঘ্ৰে ব্যৱস্থা লোৱাৰ দাবী সংগঠনটোৰ।
  • পূর্বেও এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি