পদূলিত গামোচা আঁৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ১০ খন গাঁৱৰ

পদূলিত গামোচা আঁৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ১০ খন গাঁৱৰ
  • নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অভিনৱ প্ৰতিবাদ।
  • হাতে হাতে গামোচা লৈ গোলাঘাটৰ ১০ খন গাঁৱৰ গাঁওবাসীয়ে সাব্যস্ত কৰিলে বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ।
  • চৰকাৰ, প্ৰশাসনৰ বিৰুদ্ধে পদূলিয়ে পদূলিয়ে গামোচা আঁৰি গাঁওবাসীৰ প্ৰতিবাদ সাব্যস্ত।
  • অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী গাঁওবাসীৰ।
  • বিজেপিয়ে অসম খন বাংলাদেশীক গটাব বিচৰাৰ অভিযোগ।
  • অসম বিৰোধী কাম নকৰিবলৈ বিজেপি চৰকাৰক সকিয়নী প্ৰতিবাদকাৰীসকলৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in