ৰিপুণ বৰাৰ বিৰুদ্ধে ঢেকীয়াজুলিত তিনি সংখ্যালঘু সংগঠনৰ প্ৰতিবাদ

ৰিপুণ বৰাৰ বিৰুদ্ধে ঢেকীয়াজুলিত তিনি সংখ্যালঘু সংগঠনৰ প্ৰতিবাদ
  • অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে প্ৰতিবাদ।
  • ঢেকীয়াজুলিৰ বেলশিৰিত প্ৰতিবাদ সাব্যস্ত।
  • তিনি সংখ্যালঘু সংগঠনে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।
  • ৰিপুণ বৰাৰ পুত্তলিকা দাহ কৰে সংগঠন কেইটাই।
  • প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ।
  • ৰিপুণ বৰাক সাম্প্ৰদায়িক আখ্যা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in