ইউ টি চি বাতিলৰ দাবীত তামুলপুৰ-ঘগ্ৰাপাৰ পথত টায়াৰ জ্বলাই প্ৰতিবাদ কোজ ৰাজবংশী ছাত্ৰ সন্থাৰ… VIDEO

ইউ টি চি বাতিলৰ দাবীত তামুলপুৰ-ঘগ্ৰাপাৰ পথত টায়াৰ জ্বলাই প্ৰতিবাদ কোজ ৰাজবংশী ছাত্ৰ সন্থাৰ… VIDEO
  • ইউ টি চিৰ বিৰুদ্ধে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ।
  • তামুলপুৰ-ঘগ্ৰাপাৰ পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ।
  • কোনো কাৰণতেই তামুলপুৰৰ অবড়ো ৰাইজে ইউটিচি মানি নলয় বুলি স্পষ্ট কৰি দিয়ে প্ৰতিবাদকাৰীসকলে।
  • উল্লেখ্য যে, ইউ টি চি বাতিলৰ দাবীত ২১টা অবড়ো সংগঠনে আহ্বান কৰিছিল বন্ধৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in