নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পশ্চিম গোৱালপাৰাত প্ৰতিবাদ

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত প্ৰতিবাদ অব্যাহত।
  • পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ নগৰত প্ৰতিবাদ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত।
  • বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in