গোৱাত আস্থা ভোটত জয়ী হ’ল প্ৰমোদ সাৱন্ত

গোৱাত আস্থা ভোটত জয়ী হ’ল প্ৰমোদ সাৱন্ত
  • গোৱা বিধানসভাত সংখ্যা গৰিষ্ঠতা প্ৰমাণ কৰিলে বিজেপিয়ে।
  • মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ চৰকাৰ জয়ী হ'ল আস্থা ভোটত।
  • ২০ জন বিধায়কে ভোট দিলে সাৱন্তৰ চৰকাৰৰ পক্ষত।
  • মনোহৰ পাৰিকৰৰ মৃত্যুৰ পাছতেই নতুন মুখ্যমন্ত্ৰীৰূপে শপত লৈছিল প্ৰমোদ সাৱন্তে।
  • ৪০ জনীয়া গোৱা বিধানসভাত খালী আছে ৪ খন বিধানসভাৰ আসন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in