দূৰ্নীতিৰ সদাগৰ হাগ্ৰামা মহিলাৰীঃপ্ৰমোদ বড়োৰ বিস্ফোৰণ…

দূৰ্নীতিৰ সদাগৰ হাগ্ৰামা মহিলাৰীঃপ্ৰমোদ বড়োৰ বিস্ফোৰণ…
  • কোকৰাঝাৰত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ বিস্ফোৰণ ।
  • কোকৰাঝাৰৰ ভোটগাঁৱত প্ৰমোদ বড়োৰ নিৰ্বাচনী প্ৰচাৰ ।
  • বিটিচিৰ ফকিৰাগ্ৰাম সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী মতিউৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰমোদ বড়োই ।
  • নিৰ্বাচনী প্ৰচাৰ সভাতে বহুসংখ্যক লোকে যোগদান কৰিলে ইউপিপিএলত ।
  • হাগ্ৰামা মহিলাৰীক তুলাধুনা প্ৰমোদ বড়োৰ ।
  • প্ৰমোদ বড়োৰ মতে-দূৰ্নীতিৰ সদাগৰ হ'ল হাগ্ৰামা মহিলাৰী ।
  • বিশ্বৰ ভিতৰত এক নম্বৰ সুবিধাবাদী হ'ল হাগ্ৰামা মহিলাৰী ।
  • ইউপিপিএল চৰকাৰ আহিলেই ৰঙাঘৰত যাব লাগিব হাগ্ৰামা ।
  • হাগ্ৰামা মহিলাৰী আৰু বিপিএফৰ নেতাৰ নামতে বিটিআৰৰ বেছিভাগ মাটি বাৰী ।
  • সোতৰ বছৰে হাগ্ৰামাই চলালে দূৰ্নীতিৰাজ ।
  • জনতাৰ উন্নয়নক পিঠি দি অকল নিজৰ উন্নয়ন হে সাধিলে হাগ্ৰামাই ।
  • যোৱা সোতৰ বছৰে হাগ্ৰামা মহিলাৰী এণ্ড কোম্পানীয়ে হিংসাত্মক কাৰ্য সংঘটিত কৰিছে ।
  • সোতৰে বছৰে হাগ্ৰামাই জনতাক হাৰাশাস্তি কৰি আহিছে ।
  • হাগ্ৰামাই হিংসাৰ ফলত ঘৰ বাৰী জ্বলি যোৱা মানুহবোৰৰ পইচা খাইছে ।
  • ফুটবল , কংফূ মই বহুদিন খেলা নাই , হাগ্ৰামাৰ লগত মই ৰাজনীতি খেলি আছো ।
  • বিটিআৰ এতিয়া টেক্টৰময় হৈ পৰিছে অৰ্থাৎ ইউপিপিএলৰ বতাহ চলিছে ।
  • ইউপিপিএলৰ বিজয় নিশ্চিত বুলিও দাবী কৰিছে প্ৰমোদ বড়োই ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in