শেহতীয়া খবৰ
ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...  •  নাট্য সন্মিলনৰ নগাওঁ কেন্দ্ৰীয় অধিবেশন স্থগিত...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...

ৰাজ্যপালৰ জগদীশ মুখীৰ পিছত পত্নী প্ৰীয়ম মুখীও আক্ৰান্ত কোৰোনাতঃ দুয়োজনেই চিকিৎসাধীন…

  • শুকুৰবাৰে এপ’ল হাস্পাতালত চিকিৎসাধীন হয় ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখী।
  • শনিবাৰে পুৱা পত্নী প্ৰিয়ম মুখীও কোভিডত আক্ৰান্ত হোৱাত চিকিৎসালয়খনত তেওঁকো ভৰ্তি কৰোৱা হৈছে।
  • চিকিৎসালয়ৰ সূত্ৰমতে দুয়োৰে স্বাস্থ্যৰ অৱস্থআ সুস্থিৰ যদিও অহা ৩ দিন তেওঁলোক চিকিৎসালয়খনতে থাকিব লাগিব।
  • উল্লেখ্য যে পূৰ্বেৰ পৰা বিভিন্ন ৰোগত আক্ৰান্ত ৰাজ্যপালগৰাকী বিগত বছৰত দুবাৰকৈ ৰাজ্যৰ বাহিৰত চিকিৎসাধীন হৈছিল।
  • যোৱা বৃহস্পতিবাৰে উৰুকাৰ দিনটোতে ৰাজ্যপাল কোভিড পজিটিভ হিচাপে চিনাক্ত হৈছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি