ৰাজ্যপালৰ জগদীশ মুখীৰ পিছত পত্নী প্ৰীয়ম মুখীও আক্ৰান্ত কোৰোনাতঃ দুয়োজনেই চিকিৎসাধীন…

ৰাজ্যপালৰ জগদীশ মুখীৰ পিছত পত্নী প্ৰীয়ম মুখীও আক্ৰান্ত কোৰোনাতঃ দুয়োজনেই চিকিৎসাধীন…
  • শুকুৰবাৰে এপ'ল হাস্পাতালত চিকিৎসাধীন হয় ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখী।
  • শনিবাৰে পুৱা পত্নী প্ৰিয়ম মুখীও কোভিডত আক্ৰান্ত হোৱাত চিকিৎসালয়খনত তেওঁকো ভৰ্তি কৰোৱা হৈছে।
  • চিকিৎসালয়ৰ সূত্ৰমতে দুয়োৰে স্বাস্থ্যৰ অৱস্থআ সুস্থিৰ যদিও অহা ৩ দিন তেওঁলোক চিকিৎসালয়খনতে থাকিব লাগিব।
  • উল্লেখ্য যে পূৰ্বেৰ পৰা বিভিন্ন ৰোগত আক্ৰান্ত ৰাজ্যপালগৰাকী বিগত বছৰত দুবাৰকৈ ৰাজ্যৰ বাহিৰত চিকিৎসাধীন হৈছিল।
  • যোৱা বৃহস্পতিবাৰে উৰুকাৰ দিনটোতে ৰাজ্যপাল কোভিড পজিটিভ হিচাপে চিনাক্ত হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in