শেহতীয়া খবৰ
গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...

প্ৰিয়ংকা-নিকৰ আড়ম্বৰপূৰ্ণ বিবাহ, চাওঁক VIDEO

714

ডিজিটেল ডেস্কঃ অৱশেষত বিবাহপাশত আৱদ্ধ হ’ল দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ। ৰাজস্থানৰ যোধপুৰত ৩০ নবেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ সম্পন্ন হ’ব দুয়োৰে বিবাহ। ব্যয়বহুল আৰু আড়ম্বৰপূৰ্ণ বিবাহখনৰ বাবে ন-কইনাৰ ৰূপত সজাই তোলা হৈছে উমেইড ভৱন। য’ত দুয়োৱে চিৰজীৱনৰ বাবে হ’ব ইজনে সিজনৰ।

শনিবাৰে নিশা বিবাহস্থলীত বিভিন্ন ধৰণৰ ফটকা আৰু আতচবাজীৰে পোহৰাই তোলে আকাশ। চালে চকু ৰৈ যোৱা এই আতচবাজীৰ পোহৰে দুয়োৰে জীৱনকো পোহৰাই তোলাৰ কামনা তাৰকাদ্বয়ৰ পৰিয়াল তথা অনুগামীৰ। চাওঁক যোধপুৰত নিশা প্ৰিয়ংকা-নিকৰ বিবাহস্থলীৰ ভিডিঅ’-

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি