সোমবাৰৰ পৰা আৰম্ভ হ’ব প্ৰিয়ংকাৰ ‘গংগা যাত্ৰা’

সোমবাৰৰ পৰা আৰম্ভ হ’ব প্ৰিয়ংকাৰ ‘গংগা যাত্ৰা’
  • সোমবাৰৰ পৰা আৰম্ভ হ'ব উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মহা সচিব প্ৰিয়ংকা গান্ধীৰ গংগা যাত্ৰা।
  • এখন ষ্টিমাৰ বোটেৰে গংগাৰ বুকুয়েদি যাত্ৰা আৰম্ভ কৰিব প্ৰিয়ংকাই।
  • সোমবাৰৰ পৰা ৩ দিনিয়া ভ্ৰমণ সূচীৰে আৰম্ভ কৰিব এই যাত্ৰা।
  • প্ৰয়াগ ৰাজৰ পৰা এই যাত্ৰা আৰম্ভ কৰি বাৰানসীত পেলাব সামৰণি।
  • গংগা যাত্ৰাৰ সময়ত কংগ্ৰেছ মহাসচিব গৰাকীয়ে বিভিন্ন ঘাটত ৰৈ স্থানীয় লোকৰ সৈতে কৰিব বাৰ্তালাপ।
  • মুঠ ১৪০ কিলোমিটাৰ পথ গংগাৰ বুকুৱেদি যাত্ৰা কৰিব প্ৰিয়ংকা গান্ধীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in