বটদ্ৰৱাত ৰাজীৱ তনয়া প্ৰিয়ংকা গান্ধীৰ বিশাল নিৰ্বাচনী সভা

বটদ্ৰৱাত ৰাজীৱ তনয়া প্ৰিয়ংকা গান্ধীৰ বিশাল নিৰ্বাচনী সভা
  • শ্ৰীমন্ত শংকৰদেৱৰ পুণ্যভূমি বটদ্ৰৱাত সোমবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকাৰ গান্ধীৰ বিশাল জনসভা।
  • বটদ্ৰৱাৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামনি বৰাই হৈ প্ৰচাৰ প্ৰিয়ংকা গান্ধীৰ।
  • ৰাজীৱ তনয়াৰ কন্ঠত সুধাকন্ঠৰ গীতৰ কলি।
  • উজনিত মহাজোঁটৰ ফলাফল ভাল হ'বঃ প্ৰিয়ংকা গান্ধী।
  • বিজেপিয়ে আজমলক ইছ্যু হিচাপে লৈছেঃ প্ৰিয়ংকা গান্ধী ।
  • উজনিত বিজেপিয়ে সংখ্যা গৰিষ্ঠতা নাপায়ঃ প্ৰিয়ংকা গান্ধী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in