দিল্লীত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ বিশাল ৰোড শ্ব’

দিল্লীত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ বিশাল ৰোড শ্ব’
  • দিল্লীত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব'।
  • দিল্লীৰ ব্ৰহ্মপুৰীত এই ৰোড শ্ব' কংগ্ৰেছ নেত্ৰীগৰাকীৰ।
  • কংগ্ৰেছৰ নৰ্থ-ইষ্ট দিল্লীৰ প্ৰাৰ্থী শ্বিলা দীক্ষিতৰ হৈ প্ৰিয়ংকা গান্ধীয়ে অংশ লয় এই ৰোড শ্ব'ত।
  • ৰোড শ্ব'ত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়েও কৰে অংশগ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in