শাসনলৈ অহাৰ পাছতেই বিজেপিয়ে দেশবাসীৰ বিশ্বাস-আশাক গুৰুত্ব নিদিয়া হ’লঃ প্ৰিয়ংকা গান্ধী

শাসনলৈ অহাৰ পাছতেই বিজেপিয়ে দেশবাসীৰ বিশ্বাস-আশাক গুৰুত্ব নিদিয়া হ’লঃ প্ৰিয়ংকা গান্ধী
  • শনিবাৰে কেৰালাৰ ৱায়নাডত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী সভাত।
  • সভাত বিজেপিক তীব্ৰ সমালোচনা কংগ্ৰেছ নেত্ৰীগৰাকীৰ।
  • প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী সভাত কয়-
  • '৫ বছৰ পূৰ্বে এখন চৰকাৰ শাসনলৈ আহিছিল, যাক ভাৰতৰ ৰাইজে ভোট দিছিল।'
  • 'দেশবাসী বিজেপি চৰকাৰৰ ওপৰত আশা আৰু বিশ্বাস ৰাখিলে।'
  • 'কিন্তু শাসনলৈ অহাৰ পাছতেই তেওঁলোকে দেশবাসীৰ বিশ্বাস-আশাক গুৰুত্ব নিদিয়া হ'ল।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in