শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

বাৰানসীত প্ৰিয়ংকা গান্ধীৰ বিশাল ৰোড শ্ব’

76
  • বাৰানসীত প্ৰিয়ংকা গান্ধীৰ বিশাল ৰোড শ্ব’।
  • ৰোড শ্ব’ত দেখা গ’ল হাজাৰ হাজাৰ কংগ্ৰেছ সমৰ্থকক।
  • প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব’ত অংশ ল’লে ছত্তীশগড়ৰৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেলে।
  • বাৰানসী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ো উপস্থিত ৰোড শ্ব’ত।
  • অহা ১৯ মে’ৰ অন্তিম পৰ্যায়ত সমষ্টিটোত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
  • বিজেপিৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছ অজয় ৰায়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি