বাৰানসীত প্ৰিয়ংকা গান্ধীৰ বিশাল ৰোড শ্ব’

বাৰানসীত প্ৰিয়ংকা গান্ধীৰ বিশাল ৰোড শ্ব’
  • বাৰানসীত প্ৰিয়ংকা গান্ধীৰ বিশাল ৰোড শ্ব'।
  • ৰোড শ্ব'ত দেখা গ'ল হাজাৰ হাজাৰ কংগ্ৰেছ সমৰ্থকক।
  • প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব'ত অংশ ল'লে ছত্তীশগড়ৰৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেলে।
  • বাৰানসী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ো উপস্থিত ৰোড শ্ব'ত।
  • অহা ১৯ মে'ৰ অন্তিম পৰ্যায়ত সমষ্টিটোত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
  • বিজেপিৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছ অজয় ৰায়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in