শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা…

1,019

ডিজিটেল ডেস্কঃ হোলীৰ দিনটোত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে প্ৰিয়ংকা চোপ্ৰাৰ কেইখনমান নতুন ফটো। এযোৰ ধুনীয়া পোছাকত প্ৰিয়ংকাৰ সৌন্দৰ্য আৰু অধিক উজ্বলি উঠিছে। কিন্তু স্বামী নিক জ’নাছক উদ্দেশ্যি প্ৰিয়ংকাই কৰিলে এক আচৰ্যজনক ঘোষণা। প্ৰিয়ংকা চোপ্ৰাই নিজকে এগৰাকী ভাল পত্নী নহয় বুলি কৈছে।

প্ৰিয়ংকা চোপ্ৰাই কয়- ‘মই ৰন্ধন-প্ৰকৰণৰ কাম নাজানো। যেতিয়া নিকে মোক বিয়াৰ প্ৰস্তাৱ দিছিল মই তেতিয়াই এই কথা তেওঁক জনাই দিছিলো। মই তেওঁক কৈছিলো যে, তোমাৰ মাই বহুত ভালকৈ খাদ্য প্ৰস্তুত কৰিব জানে। কিন্তু তুমি তেনেকুৱা পত্নী হিচাপে মোক নাপাব। কাৰণ মই ৰন্ধন-প্ৰকৰণৰ একোৱেই নাজানো।’

লগতে তেওঁ কয়- ‘মই যেতিয়া নিকক কওঁ মই ৰান্ধনিঘৰৰ কাম নজনাৰ কথা। তেতিয়া নিকেও নিজে যে সেয়া নাজানে মোক কৈছিল।’ ৩৬ বছৰীয়া প্ৰিয়ংকা চোপ্ৰাই কেৱল কণীৰ অ’মলেটহে বনাব জানে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি