শেহতীয়া খবৰ
শুকুৰবাৰে গুৱাহাটীত নাপাব পদপথৰ দোকান, ৰাজপথলৈ আহিব জুবিন গাৰ্গ, কটনীয়ানৰ নেতৃত্বত ৰণহুংকাৰ  •  শুকুৰবাৰে গুৱাহাটীত নাপাব পদপথৰ দোকান, ৰাজপথলৈ আহিব জুবিন গাৰ্গ, কটনীয়ানৰ নেতৃত্বত ৰণহুংকাৰ  •  লখিমপুৰৰ বগীনদীত কেবৰ বিৰুদ্ধে ৭ সংগঠনৰ প্ৰতিবাদ-পথ অৱৰোধৰ লগতে প্ৰতিকৃতি দাহ  •  ডিব্ৰুগড়ত 'No Cab' আতংক! বিধায়কৰ ঘৰ, এজিপি-বিজেপিকে ধৰি সকলো ৰাজনৈতিক দলৰে কাৰ্যালয়ত আছুৰ কেব বিৰোধী অভিযান, VIDEO  •  কৰ্ণাটকত অস্ত্ৰ আৰু ৫খন বাহনসহ ৪ দুৰ্বৃত্তক গ্ৰেপ্তাৰ...  •  কেবৰ বিৰুদ্ধে কটনিয়ানৰ প্ৰতিবাদঃ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰে বিশেষ আলাপ...  •  কোকৰাঝাৰত নেচনেল ইনিচিয়েটিভ ফৰ স্কুল হেড এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট চমুকৈ নিষ্ঠাৰ প্ৰশিক্ষণ সমাপ্ত, শিক্ষা হ'ল জীৱনৰ লাইখূঁটাঃ জে পি ব্ৰহ্ম  •  ১০০ শতাংশ অপৰাধ দূৰ কৰাতো ভগৱান ৰামৰ বাবেও হয়তো সম্ভৱ নহয়ঃ মন্ত্ৰী ৰণবেন্দ্ৰ প্ৰতাপ সিং... VIDEO  •  প্ৰসংগঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, চেঙাত আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী, VIDEO  •  শিক্ষা বিভাগৰ আজৱ কাণ্ড! অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিলালে বাংলা ভাষাৰ পুথি, VIDEO

কাৰ কথাত নিৰ্বাচন খেলিবলৈ সাজু প্ৰিয়ংকা…

372
  • ‘যদি কংগ্ৰেছ অধ্যক্ষই মোক নিৰ্বাচন খেলিবলৈ কয়, তেন্তে মই সাজু।’
  • -এই মন্তব্য উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীৰ।
  • বাৰানসীৰ পৰা প্ৰিয়ংকাৰ প্ৰতিদ্বন্দ্বিতাক লৈ চলি আছে চৰ্চা।
  • বাৰানসী সংসদীয় সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • মোডীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত প্ৰিয়ংকা নামিব বুলি চৰ্চা চলিছে।
  • কিন্তু এই মুহূৰ্তলৈ কংগ্ৰেছে ঘোষণা কৰা নাই সমষ্টিটোৰ প্ৰাৰ্থী।
  • ইফালে সমষ্টিটোত বিগত কিছু দিনত প্ৰিয়ংকাই নিৰ্বাচনী জোৰদাৰ কৰি তোলা দেখা গৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি