কাৰ কথাত নিৰ্বাচন খেলিবলৈ সাজু প্ৰিয়ংকা…

কাৰ কথাত নিৰ্বাচন খেলিবলৈ সাজু প্ৰিয়ংকা…
  • 'যদি কংগ্ৰেছ অধ্যক্ষই মোক নিৰ্বাচন খেলিবলৈ কয়, তেন্তে মই সাজু।'
  • -এই মন্তব্য উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীৰ।
  • বাৰানসীৰ পৰা প্ৰিয়ংকাৰ প্ৰতিদ্বন্দ্বিতাক লৈ চলি আছে চৰ্চা।
  • বাৰানসী সংসদীয় সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • মোডীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত প্ৰিয়ংকা নামিব বুলি চৰ্চা চলিছে।
  • কিন্তু এই মুহূৰ্তলৈ কংগ্ৰেছে ঘোষণা কৰা নাই সমষ্টিটোৰ প্ৰাৰ্থী।
  • ইফালে সমষ্টিটোত বিগত কিছু দিনত প্ৰিয়ংকাই নিৰ্বাচনী জোৰদাৰ কৰি তোলা দেখা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in