নগাঁও ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ অধ্যক্ষক আটক

  • নগাঁও ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ অধ্যক্ষক আটক।
  • আটক কৰিছে ননৈ আৰক্ষীয়ে।
  • অধ্যক্ষগৰাকীৰ নাম তপন বৈদ্য।
  • বৰ্তমান সোধপোচৰ বাবে নগাঁও সদৰ থানালৈ লৈ অনা হৈছে অধ্যক্ষগৰাকীক।
  • আটক কৰাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in