শেহতীয়া খবৰ
নগাঁৱৰ গান্ধীবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ৭ জন...  •  সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জন লোক হৈছে সুস্থ...  •  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকসহ কোৰোনাত নতুনকৈ আক্ৰান্ত ১৮ জন...  •  বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ... VIDEO  •  মই অখিল গগৈৰ মাক, মাৰি পেলাওক তাক!  •  গুৱাহাটীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  সোমবাৰৰ দৃশ্যঃ ৰে’লৰ পৰা নামি পলাল যাত্ৰী, গেলামালৰ দোকানত ভিৰ, ঘৰৰ চৌহদত মাছ-মাংসৰ বজাৰ...  •  অৱশেষত ছিগিল গোৱালপাৰাৰ জলেশ্বৰৰ বিধ্বস্ত নদীবান্ধ, ডেৰ শতাধিক ৰাজহ গাঁও ভীতিগ্ৰস্ত...

কৰিব পাৰে ডাঙৰ ঘোষণা! মঙলবাৰে ৪বজাত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ…

1,748

ডিজিটেল ডেস্কঃ মঙলবাৰে বিয়লি ৪বজাত দেশবাসীক সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দেশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা কোৰোনাৰ সংক্ৰমণৰ লগতে ভাৰত-চীনৰ সীমান্তত অব্যাহত সংঘাতৰ দৰে বিষয়ক লৈ মন্তব্য ৰাখিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে যিহেতু অহা ১জুলাইৰ পৰা সমগ্ৰ দেশত আনলক-২ আৰম্ভ হ’ব গতিকে ইয়াৰ পৰিপ্ৰেক্ষিতত ৩০জুনৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী গুৰুত্বপূৰ্ণ ঘোষণাও কৰিব পাৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে দেওবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মন কী বাতৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি