আজিৰ পৰা উপলব্ধ হ’ল ১৫০ টকীয়া মুদ্ৰা…

আজিৰ পৰা উপলব্ধ হ’ল ১৫০ টকীয়া মুদ্ৰা…
  • আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্ম জয়ন্তী।
  • গান্ধী জয়ন্তী উপলক্ষে আহমেদাবাদত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • আহমেদাবাদৰ সবৰমাটি ৰিভাৰফ্ৰ'ন্টত অনুষ্ঠিত 'স্বচ্ছ ভাৰত দিৱস' কাৰ্যসূচীত অংশ ল'লে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
  • উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিলে ১৫০ টকীয়া মুদ্ৰা।
  • স্বচ্ছ ভাৰত দিৱসত প্ৰধানমন্ত্ৰীৰ সৈতে উপস্থিত গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in