শেহতীয়া খবৰ
কোৰোনাত আক্ৰান্ত হৈ কি ক'লে ভাস্কৰজ্যোতি মহন্তই...  •  ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই আমেৰিকাৰ হোৱাইট হাউচত গুলীবৰ্ষণ...  •  ধেমাজি টাউন ব্ল’ক কংগ্ৰেছৰ উদ্যোগত "পৰিবেশ প্ৰভাৱ নিৰূপন খচৰা ২০২০"ৰ বিৰুদ্ধে সজাগতামূলক সভা-মানৱ শৃংখল কাৰ্যসূচী...  •  ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি...  •  প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত...  •  দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...

আজিৰ পৰা উপলব্ধ হ’ল ১৫০ টকীয়া মুদ্ৰা…

2,591
  • আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্ম জয়ন্তী।
  • গান্ধী জয়ন্তী উপলক্ষে আহমেদাবাদত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • আহমেদাবাদৰ সবৰমাটি ৰিভাৰফ্ৰ’ন্টত অনুষ্ঠিত ‘স্বচ্ছ ভাৰত দিৱস’ কাৰ্যসূচীত অংশ ল’লে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
  • উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিলে ১৫০ টকীয়া মুদ্ৰা।
  • স্বচ্ছ ভাৰত দিৱসত প্ৰধানমন্ত্ৰীৰ সৈতে উপস্থিত গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি