প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাম জেঠমালানীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোডীৰ…

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাম জেঠমালানীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোডীৰ…
  • প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাম জেঠমালানীক।
  • দেওবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
  • মৃত্যুৰ সময়ত জেঠমালানীৰ বয়স আছিল ৯৫ বছৰ।
  • গৃহ মন্ত্ৰী শ্বাহ, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকে ধৰি কেইবাজনো জ্যেষ্ঠ মন্ত্ৰী-নেতাই শোক প্ৰকাশ কৰে তেওঁৰ মৃত্যুত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in