আমফানৰ পাছৰ পৰিৱেশ পৰ্যবেক্ষণঃ দিল্লীৰ পৰা পশ্চিমবংগ-ওড়িশ্যালৈ ৰাওনা হৈছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

আমফানৰ পাছৰ পৰিৱেশ পৰ্যবেক্ষণঃ দিল্লীৰ পৰা পশ্চিমবংগ-ওড়িশ্যালৈ ৰাওনা হৈছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
  • দিল্লীৰ পৰা পশ্চিমবংগলৈ ৰাওনা হৈছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • আমফান ঘূৰ্ণীবতাহৰ ফলত ৰাজ্যখনত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত ল'ব বুজ।
  • লগতে ৰাজ্যখনত এই ঘূৰ্ণীবতাহৰ ফলত হোৱা ক্ষয়ক্ষতি পৰ্যবেক্ষণ কৰিব তেওঁ।
  • ইফালে সকলো পৰিস্থিতি পৰ্যবেক্ষণ কৰি বৈঠকতো বহিব প্ৰধানমন্ত্ৰীগৰাকী।
  • বৈঠকৰ পাছতে ওড়িশ্যালৈও যাব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in