মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ ভিডিঅ’ কনফাৰেন্সিং…

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ ভিডিঅ’ কনফাৰেন্সিং…
  • দেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আলোচনা।
  • ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক।
  • কোভিড-১৯ত আক্ৰান্ত লোকৰ খবৰ ল'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • দেশত এতিয়ালৈকে কোৰোনা ভাইৰাছে চলোৱা সন্ত্ৰাসৰ সম্পৰ্কেও জ্ঞাত হয় প্ৰধানমন্ত্ৰী মোডী।
  • উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত থাকে।
  • এই সময়চোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতেও প্ৰধানমন্ত্ৰীয়ে অসমত কোৰোনাৰ ভয়াৱহতাৰ বিষয়ে আলোচনা কৰে বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in