শেহতীয়া খবৰ
২৩ মাৰ্চলৈ পিছুওৱা হৈছে দিল্লীৰ শ্বাহীন বাগৰ পৰা প্ৰতিবাদকাৰীক আতৰোৱাৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ দিন  •  পথৰ পৰা যাত্ৰীসহ নদীত পৰিলগৈ বাছ, বৰ্তমানেও পানীত আবদ্ধ বাছখনৰ কেবাজনো লোকৰ মৃত্যুৰ আশংকা...  •  দিল্লীত 'কা' বিৰোধী প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, নিহতৰ সংখ্যা ২০লৈ বৃদ্ধি...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক ৮ম বাৰৰ বাবে বিজু জনতা দলৰ সভাপতি নিৰ্বাচিত  •  দিল্লীত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ প্ৰাণ হেৰুওৱা হেড কনিষ্টবল ৰতন লালক শ্বহীদ ঘোষণাৰ দাবীত প্ৰতিবাদ...  •  দিল্লীৰ হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব প্ৰদান অজিত ডোভালক...  •  দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক...  •  শ্ৰম বিভাগৰ ১২১ কোটি টকীয়া কেলেংকাৰীৰ মুখ্য অভিযুক্ত গৌতম বৰুৱাক গ্ৰেপ্তাৰ...

প্ৰধানমন্ত্ৰী মোডীক সন্মানিত কৰা হ’ল ইউ এ ইৰ সৰ্বোচ্চ নাগৰিক সন্মান ‘অৰ্ডাৰ অৱ জায়েড’ৰে…

372
  • আবু ধাবিত প্ৰধানমন্ত্ৰী মোডীক প্ৰদান কৰিলে ‘অৰ্ডাৰ অৱ জায়েড’ সন্মান।
  • ইউ এ ইৰ সৰ্বোচ্চ নাগৰিক সন্মান ‘অৰ্ডাৰ অৱ জায়েড’।
  • ইউ এ ইৰ প্ৰিন্স মঃ বীন জায়েড আল নাহ্যানে প্ৰধানমন্ত্ৰী মোডীক প্ৰদান কৰে এই বঁটা।
  • ইউ এ ইৰ পৰা বাহৰীণলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোডী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি