জন্মদিনত পখিলাৰ সৈতে খেলিলে প্ৰধানমন্ত্ৰী মোডীয়ে… চাওঁক VIDEO

জন্মদিনত পখিলাৰ সৈতে খেলিলে প্ৰধানমন্ত্ৰী মোডীয়ে… চাওঁক VIDEO
  • মঙলবাৰে আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৬৯ সংখ্যক জন্মদিন।
  • জন্মদিনৰ দিনটোত তেওঁ উপস্থিত হয় গুজৰাটত।
  • ৰাজ্যখনৰ বাটাৰফ্লাই গাৰ্ডেনত প্ৰধানমন্ত্ৰী মোডীয়ে খেলে পখিলাৰ সৈতে।
  • বিভিন্ন প্ৰজাতিৰ পখিলা এটা মোনাৰ পৰা মুক্ত আকাশত এৰি দিয়ে তেওঁ।
  • উল্লেখ্য যে, জন্মদিনত প্ৰধানমন্ত্ৰী মোডীয়ে সাক্ষাৎ কৰে মাতৃক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in