টেক্সাছৰ বিমান বন্দৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী… চাওঁক VIDEO

টেক্সাছৰ বিমান বন্দৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী… চাওঁক VIDEO
  • টেক্সাছৰ হিউষ্টনৰ বিমান বন্দৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • বিমান বন্দৰত তেওঁক উষ্ম আদৰণি জনাই বহু কেইগৰাকী উচ্চপদস্থ বিষয়াই।
  • বিমানৰ বাহিৰ ওলাইয়ে সকলোকে নমস্কাৰ জনাই প্ৰধানমন্ত্ৰী মোডীয়ে।
  • উল্লেখ্য যে, ২২ ছেপ্টেম্বৰত 'হাউডী মোডী' কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উপস্থিত থাকিব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in