ভিডিঅ’ কনফাৰেন্সযোগে সমষ্টিবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ… VIDEO

ফাইল ফটো
ফাইল ফটো
  • দেশজুৰি লকডাউন ঘোষণা কৰাৰ পাছত বুধবাৰে নিজৰ সমষ্টি বাৰানসীবাসীক ভিডিঅ' কনফাৰেন্সযোগে সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।
  • সমষ্টিবাসীক ঘৰৰ পৰা বাহিৰত ওলাই নাহিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে।
  • কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ ৰোধৰ বাবে ২১দিন ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান তেওঁৰ।
  • কোৰোনা ভাইৰাছৰ সন্দৰ্ভত শুদ্ধ আৰু সঠিক খবৰ লাভ কৰাৰ বাবে চৰকাৰে হোৱাটছএপৰ সৈতে মিলি এখন হেল্পডেস্ক বনোৱা কথাও জনালে প্রধানমন্ত্ৰীয়ে।
  • প্ৰধানমন্ত্ৰী মোডীয়ে কয়- 'মহাভাৰতৰ যুদ্ধত জয়ী হ'বলৈ ১৮ দিন প্ৰয়োজন হৈছিল আৰু কোৰোনা ভাইৰাছৰ যুদ্ধত জয়ী হ'বলৈ ২১ দিন লাগিব।'
https://www.facebook.com/narendramodi/videos/819717208521437/

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in