শেহতীয়া খবৰ
লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…  •  কোৰোনাক প্ৰতিহত কৰিবলৈ GMDAৰ বিষয়া-কৰ্মচাৰীয়ে চৰকাৰক দিলে এদিনৰ দৰমহা...

ভিডিঅ’ কনফাৰেন্সযোগে সমষ্টিবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ… VIDEO

176
  • দেশজুৰি লকডাউন ঘোষণা কৰাৰ পাছত বুধবাৰে নিজৰ সমষ্টি বাৰানসীবাসীক ভিডিঅ’ কনফাৰেন্সযোগে সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।
  • সমষ্টিবাসীক ঘৰৰ পৰা বাহিৰত ওলাই নাহিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে।
  • কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ ৰোধৰ বাবে ২১দিন ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান তেওঁৰ।
  • কোৰোনা ভাইৰাছৰ সন্দৰ্ভত শুদ্ধ আৰু সঠিক খবৰ লাভ কৰাৰ বাবে চৰকাৰে হোৱাটছএপৰ সৈতে মিলি এখন হেল্পডেস্ক বনোৱা কথাও জনালে প্রধানমন্ত্ৰীয়ে।
  • প্ৰধানমন্ত্ৰী মোডীয়ে কয়- ‘মহাভাৰতৰ যুদ্ধত জয়ী হ’বলৈ ১৮ দিন প্ৰয়োজন হৈছিল আৰু কোৰোনা ভাইৰাছৰ যুদ্ধত জয়ী হ’বলৈ ২১ দিন লাগিব।’
LIVE Interacting with citizens of Kashi.

LIVE Interacting with citizens of Kashi.

Narendra Modi ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಬುಧವಾರ, ಮಾರ್ಚ್ 25, 2020
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি