শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ…

127

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদেশ অধ্যক্ষ স্বতন্ত্ৰ দেৱ সিঙে এক বিবৃত্তিত কয় যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাকিস্তান আৰু চীনৰ লগত যুদ্ধ কেতিয়া হব সেয়া নিৰ্ধাৰণ কৰিছে। উল্লেখযোগ্য যে, এলএচিত ভাৰত আৰু চীনৰ মাজত উত্তেজনা অক্ষুন্ন থকাৰ লগতে দেশদুখনৰ বহু সৈন্য সেই ঠাইত সষ্টম থকাৰ প্ৰসংগত এই মন্তব্য কৰিছে।

বিজেপিৰ নেতাজনে অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ আৰু জম্মু কাশ্মীৰৰ বিৰোধ সমাপ্ত কৰাৰ প্ৰসংগত এই মন্তব্য কৰিছে। দৰাচলতে শুকুৰবাৰে সিঙৰ এটা ভিডিঅ ভাইৰেল হৈছিল যত তেওঁ কৈছিল যে, ৰাম মন্দিৰ আৰু ৩৭০ অনুচ্ছেদ সম্বন্ধীয় বিষয় সমূহৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাকিস্তান আৰু চীনৰ যুদ্ধৰ বিষয়ে তাৰিখ থিক কৰিছে যে কেতিয়া কি হব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি