উত্তৰ–পূবত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা দেখি উদ্বিগ্ন গৃহমন্ত্ৰালয়

উত্তৰ–পূবত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা দেখি উদ্বিগ্ন গৃহমন্ত্ৰালয়
  • নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ কাৰিকৰী উপদেষ্টা অশোক প্ৰসাদৰ সংবাদমেল।
  • নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ কথা প্ৰকাশ।
  • 'বিধেয়কখনৰ জৰিয়তে কোনো বিদেশীয়ে ৰাজ্য চৰকাৰৰ অনুমোদন নোহোৱাকৈ নাগৰিকত্ব নাপায়।'
  • 'বাংলাদেশ নহয়, পাকিস্তান আৰু আফগানিস্তানৰ পৰাহে ধৰ্মীয় উন্মাদনাৰ বলি হোৱা ৬টাকৈ সংখ্যালঘু সম্প্ৰদায়ৰ লোক আহিব।'
  • ধৰ্মীয় হিংসাৰ বলি হৈ ভাৰতত নাগৰিকত্ব বিচৰা লোকসকলক পৰীক্ষা কৰা হ'ব বুলিও মন্তব্য।
  • 'প্ৰকৃততে ধৰ্মীয় হিংসাৰ বলি হৈছে নে নাই সেয়া তন্ন তন্ন কৈ পৰীক্ষা কৰা হ'ব।'
  • 'উত্তৰ–পূবত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা দেখি উদ্বিগ্ন গৃহমন্ত্ৰালয়।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in