মহিলাৰ সম অধিকাৰৰ বাবে তিনি তালাক ব্যৱস্থাৰ হ’ব লাগিব বিলুুপ্তিঃ ৰাষ্ট্ৰপতি

মহিলাৰ সম অধিকাৰৰ বাবে তিনি তালাক ব্যৱস্থাৰ হ’ব লাগিব বিলুুপ্তিঃ ৰাষ্ট্ৰপতি

ডিজিটেল ডেস্কঃ সংসদৰ যুটীয়া অধিবেশন সম্বোধন কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ক'লে- তিনি তালাক বিলুপ্ত ঘটাব লাগিব। মহিলাক সম অধিকাৰ দিবলৈ এই ব্যৱস্থাৰ বিলুপ্তিত গুৰুত্ব ৰাষ্ট্ৰপতিৰ। ২ সদনৰ সাংসদ সকলক সম্বোধন কৰি দিয়া ভাষণত এক গুৰুত্বপূৰ্ণ কথা ক'লে ৰাষ্ট্ৰপতিয়ে। ইতিমধ্যে মোডী চৰকাৰে তিনি তালাক বিলুপ্তিৰ বাবে লৈছে পদক্ষেপ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in