সাহসী সেনা বিষয়াক ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে কীৰ্তি চক্ৰ, উত্তম যুদ্ধ সেৱা মেডেল…

সাহসী সেনা বিষয়াক ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে কীৰ্তি চক্ৰ, উত্তম যুদ্ধ সেৱা মেডেল…
  • মঙলবাৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে 'সূৰ্য্য চক্ৰ' বঁটা প্ৰদান কৰে জম্মু-কাশ্মীৰৰ ইৰফান ৰামজান শ্বেখক।
  • মাত্ৰ ১৪ বছৰ বয়সতে ৩টাকৈ সন্ত্ৰাসবাদীয়ে আক্ৰমণত বাধা দিছিল ইৰফানে।
  • ২০১৭ত সংঘটিত এই ঘটনাত সাহসিকতা প্ৰদৰ্শনৰ বাবে তেওঁ দিয়া হৈছে এই বঁটা।
  • লেফ্টিনেন্ট অনিল কুমাৰ ভট্টক ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে 'উত্তম যুদ্ধ সেৱা মেডেল'।
  • জম্মু-কাশ্মীৰত তেওঁৰ নেতৃত্বত চলা সন্ত্ৰাসবাদী বিৰোধী অভিযান সফল হোৱাৰ বাবে তেওঁক দিয়া হৈছে এই বঁটা।
  • ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্তে চিআৰপিএফ কনষ্টেবল প্ৰদীপ কুমাৰ পাণ্ডাক 'কীৰ্তি চক্ৰ' সন্মানেৰে সন্মানিত কৰে।
  • জম্মু-কাশ্মীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানত মৃত্যুৰ সময় পৰ্যন্ত সাহসেৰে অভিযান চলাই থকাৰ বাবে এই বঁটা প্ৰদান।
  • শ্বহীদ গৰাকীৰ পত্নীয়ে গ্ৰহণ কৰে এই বঁটা।
  • জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানত শ্বহীদ চিপাহী বিজয় কুমাৰকো কীৰ্তি চক্ৰ সন্মানেৰে সন্মানিত কৰা হয়।
  • শ্বহীদ বিয় কুমাৰৰ পত্নীয়ে গ্ৰহণ কৰে এই বঁটা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in