শেহতীয়া খবৰ
মৌৱে বাহ ল’লে ক’ত, যি দৃশ্যৰ ভিডিঅ’ শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে, VIDEO  •  পাক সেনাৰ যুদ্ধবিৰতি উলংঘা...  •  কালিলৈকে পদপথত গান গোৱা ৰাণু মণ্ডল হ’ল বলিউডৰ গায়িকা...  •  এশ গৰু মাৰিলে বাঘৰো মৰণ! বটদ্ৰৱাত আটক হ'ল দুই ছাগলী চোৰ  •  তামুলপুৰৰ নাগ্ৰীজুলিত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ...  •  বাহুবলী ট্ৰেফিক পুলিচ! কোকৰাঝাৰত ঘোচা মাৰি ভাঙিলে মহিলাৰ মুখ, VIDEO  •  শুদ্ধ এন আৰ চিৰ বাবে প্ৰতীক হাজেলাৰ বিৰুদ্ধে লোকজাগৰণ মঞ্চৰ প্ৰতিবাদ  •  অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ জিঞ্জিৰামত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ  •  গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  টীম ইণ্ডিয়াৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে ৩জনকৈ প্ৰশিক্ষকৰ নাম মনোনীত...

সাহসী সেনা বিষয়াক ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে কীৰ্তি চক্ৰ, উত্তম যুদ্ধ সেৱা মেডেল…

211
  • মঙলবাৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে ‘সূৰ্য্য চক্ৰ’ বঁটা প্ৰদান কৰে জম্মু-কাশ্মীৰৰ ইৰফান ৰামজান শ্বেখক।
  • মাত্ৰ ১৪ বছৰ বয়সতে ৩টাকৈ সন্ত্ৰাসবাদীয়ে আক্ৰমণত বাধা দিছিল ইৰফানে।
  • ২০১৭ত সংঘটিত এই ঘটনাত সাহসিকতা প্ৰদৰ্শনৰ বাবে তেওঁ দিয়া হৈছে এই বঁটা।

  • লেফ্টিনেন্ট অনিল কুমাৰ ভট্টক ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে ‘উত্তম যুদ্ধ সেৱা মেডেল’।
  • জম্মু-কাশ্মীৰত তেওঁৰ নেতৃত্বত চলা সন্ত্ৰাসবাদী বিৰোধী অভিযান সফল হোৱাৰ বাবে তেওঁক দিয়া হৈছে এই বঁটা।

  • ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্তে চিআৰপিএফ কনষ্টেবল প্ৰদীপ কুমাৰ পাণ্ডাক ‘কীৰ্তি চক্ৰ’ সন্মানেৰে সন্মানিত কৰে।
  • জম্মু-কাশ্মীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানত মৃত্যুৰ সময় পৰ্যন্ত সাহসেৰে অভিযান চলাই থকাৰ বাবে এই বঁটা প্ৰদান।
  • শ্বহীদ গৰাকীৰ পত্নীয়ে গ্ৰহণ কৰে এই বঁটা।

 

  • জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানত শ্বহীদ চিপাহী বিজয় কুমাৰকো কীৰ্তি চক্ৰ সন্মানেৰে সন্মানিত কৰা হয়।
  • শ্বহীদ বিয় কুমাৰৰ পত্নীয়ে গ্ৰহণ কৰে এই বঁটা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি