শেহতীয়া খবৰ
কন্যাৰ বিয়ালৈ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনোৱা ৰিক্সা চালক মংগল কেৱটৰ অৱশেষত পূৰণ হ’ল সপোন...  •  ২৩ বছৰীয়া বিবাহ বাৰ্ষিকীত আবেগিক হৈ পৰিল প্ৰিংয়কা, ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে ফটো...  •  দেহত নাই কোৰোনা ভাইৰাছ, আনন্দত নাচি উঠিল যুৱতীঃ চাওক VIDEO  •  ক্ৰিকেটৰ খেলপথাৰত নহয়, এইবাৰ ইনষ্টাগ্ৰামতো অভিলেখ বিৰাট কোহলীৰ...  •  ধাৰা ৩৭০ বাতিলৰ পিছত মোডীক সমালোচনা কৰা বৃটিছ সাংসদক বিমান বন্দৰতে আৱদ্ধ, উভতাই পঠিওৱা হ’ল ডুবাইলৈ  •  বিশিষ্ট চলচ্ছিত্ৰ প্ৰযোজক প্ৰাঞ্জল ভৰালী আৰু নাই...  •  পুৰণিগুদামৰ BKB মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাঃ উপস্থাপন হ'ল অভিজিৎ-নিলোৎপলৰ হত্যাকাণ্ড...  •  উৰণীয়া সেতুৰ পৰা বাগৰি পৰিল দ্ৰুতবেগী বাহন, নিহত ১, আহত ৫  •  বন্ধ হ’ব ভোডাফোন আইডিয়া...  •  অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰক কি কি পৰামৰ্শ দিলে উচ্চস্তৰীয় কমিটিয়ে...

প্ৰেমৰ অপূৰ্ব নিদৰ্শন তাজমহলৰ সৌন্দৰ্য্য পান কৰি অভিভূত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি…

309

ডিজিটেল ডেস্কঃ প্ৰেমৰ অপূৰ্ব নিদৰ্শন তাজমহল চাবলৈ সোমবাৰে আগ্ৰাত উপস্থিত হ’ল ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জয়ৰ বোলচোনাৰো। ভাৰতৰ গণতন্ত্ৰ দিৱসৰ অতিথিৰূপে ভাৰত ভ্ৰমণ কৰা ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তাজমহলৰ সৌন্দৰ্য্য উপভোগ কৰি অভিভূত হৈ পৰা বুলি সাংবাদিকক জানিবলৈ দিয়ে। তাজমহলৰ সন্মুখত তেওঁ ফটোৰ বাবে বিভিন্ন প’জ দিয়াও পৰিলক্ষিত হয়।

উল্লেখ্য যে, ভাৰতৰ ৭১ সংখ্যক গণৰাজ্য দিৱসত অংশ ল’বলৈ শনিবাৰে ভাৰতত উপস্থিত হৈছিল ব্ৰাজিলৰ ৰাষ্ট্ৰপতি বোলচোনাৰ। তেওঁ ২৬ জানুৱাৰীত ৰাজঘাটৰ গণৰাজ্য দিৱসত মুখ্য অতিথিৰূপে অংশ লোৱাৰ পিছত সোমবাৰে কেইবাগৰাকীও মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয়। তাৰ মাজতে সময় উলিয়াই তেওঁ দৰ্শন কৰে তাজমহল। ভাৰত ভ্ৰমণ সম্পূৰ্ণ কৰি মঙলবাৰে স্বদেশলৈ উভতিব ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকী।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি