শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

গুৱাহাটীত ফিফা বিশ্বকাপৰ প্ৰী কোৱালিফায়াৰ মেচ, বৃহস্পতিবাৰে ভাৰতৰ হৈ খেলিব অসমৰ বিনীত ৰয়ে…

776
  • গুৱাহাটীত ভাৰতীয় ফুটবল দল।
  • বৃহস্পতিবাৰে অৱতীৰ্ণ হ’ব ফিফা বিশ্বকাপৰ প্ৰী কোৱালিফায়াৰ মেচত।
  • সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেলখন।
  • ওমানৰ মুখামুখি হ’ব ভাৰত।
  • অসমৰ বিনীত ৰয়ে খেলিব ভাৰতৰ হৈ।
  • সন্ধিয়া ৭.৩০ বজাৰ লগে লগে আৰম্ভ হ’ব এই খেল।
  • খেলখনক লৈ ফুটবলপ্ৰেমীসকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি