মোৰ বন্ধুক এদিন শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিম বুলি মই কেতিয়াও ভবা নাছিলোঃ প্রধানমন্ত্ৰী মোডী…

মোৰ বন্ধুক এদিন শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিম বুলি মই কেতিয়াও ভবা নাছিলোঃ প্রধানমন্ত্ৰী মোডী…
  • প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰ শ্ৰদ্ধাঞ্জলি সভাৰ আয়োজন।
  • উপস্থিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, জ্যেষ্ঠ বিজেপি নেতা লালকৃষ্ণ আদৱানী।
  • গৃহমন্ত্ৰী অমিত শ্বাহ, কাৰ্যকৰী সভাপতি জে পি নড্ডা আৰু কেইবাজনো বিজেপি কৰ্মকৰ্তা।
  • শ্ৰদ্ধাঞ্জলি সভাত প্ৰধানমন্ত্ৰী মোডীয়ে কয়-
  • 'মই কেতিয়াও ভবা নাছিলো যে, এনেকুৱা এটা দিন মোৰ জীৱনত আহিব।'
  • 'মোৰ বন্ধুক এদিন মই শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিম বুলি মই কেতিয়াও ভবা নাছিলো।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in