শেহতীয়া খবৰ
অসাৰ হ’ব নেকি উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শ! ক’ত হেৰাল প্ৰতিশ্ৰুতি? অসমত প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট...  •  অসাৰ হ’ব নেকি উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শ! ক’ত হেৰাল প্ৰতিশ্ৰুতি? অসমত প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট...  •  দেশৰ ৪ শীৰ্ষ কৰ্কট ৰোগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ তালিকাত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান, বিলাতলৈ যাব নালাগে এতিয়া অসমতে উপলব্ধ কেবাটাও গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম...  •  দেশৰ ৪ শীৰ্ষ কৰ্কট ৰোগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ তালিকাত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান, বিলাতলৈ যাব নালাগে এতিয়া অসমতে উপলব্ধ কেবাটাও গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম...  •  অৰবিন্দ কেজৰিৱালঃ দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত যদি আপৰ নেতা-কৰ্মী জড়িত তেন্তে...  •  সৰুপথাৰত অস্ত্ৰ শস্ত্ৰসহ দুজনক গ্ৰেপ্তাৰ...  •  দিল্লীৰ হিংসা ঘটনাত কোনো আপ নেতা দোষী সাব্যস্ত হ’লে দুগুণ শাস্তি বিহা হ’বঃ মুখ্যমন্ত্ৰী কেজৰিৱাল  •  অব্যাহত আছে উত্তেজনা, উত্তৰ পূব দিল্লীত নিৰাপত্তাৰক্ষীৰ ফ্লেগ মাৰ্চ...  •  মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্রাবাসত আক্ৰমণৰ ঘটনাঃ নাৰায়ণপুৰ আৰক্ষী থানাৰ সমুখত উত্তাল প্ৰতিবাদ শিক্ষাৰ্থীৰ...VIDEO  •  কাছাৰত নাইম এমএম পিষ্টল-সজীৱ গুলী আৰু নগদ ধনসহ গ্ৰেপ্তাৰ ২ জেডইউএফ উগ্ৰপন্থী

মহানগৰীৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ সন্মুখত প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ প্ৰতিবাদ, VIDEO

115

ডিজিটেল ডেস্কঃ চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ সন্মুখত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই। সংস্থাটোৱে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকক চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে। প্ৰতিবাদকাৰীসকলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰি কেইবাটাও সমস্যাৰ কথা অৱগত কৰে।

প্ৰতিবন্ধীসকল জাতি, মাটি, ভেটিৰ শ্লোগানৰ অন্তৰ্ভুক্ত নহয় নেকি বুলিও স্মাৰকপত্ৰত লিখে প্ৰতিবন্ধীসকলে। প্ৰতিবন্ধী আইন, ২০১৬ৰ ৩৪ নং দফা অনুসৰি প্ৰতিবন্ধীসকলৰ বাবে ৪ শতাংশ পদ সংৰক্ষণ থাকিব লাগিছিল যদিও নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে বঞ্চনাৰ আশ্ৰয় লোৱা বুলি তেওঁলোকে অভিযোগ কৰে।

প্ৰতিবন্ধীসকলে যদিহে চৰকাৰে গুৰুত্ব নিদিয়ে তেন্তে অধিক তীব্ৰ ৰূপত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি