পৰেশ বৰুৱাৰ ফোনৰ পাছত কি প্ৰতিক্ৰিয়া প্ৰণৱ গগৈৰ পত্নীৰ…

পৰেশ বৰুৱাৰ ফোনৰ পাছত কি প্ৰতিক্ৰিয়া প্ৰণৱ গগৈৰ পত্নীৰ…

ডিজিটেল ডেস্কঃ পৰেশ বৰুৱাৰ ফোনৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰণৱ গগৈৰ পত্নীৰ। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয়- এটা ভাল খবৰ পাম বুলি অপেক্ষা কৰি আছো। পৰেশ বৰুৱা মহাশয়ে যাতে সুকলমে তেওঁলোকক এৰি দিয়ে। সেই আশাতেই আমি বন্দী হৈ আছো।

সোশৰীৰে, সুস্থভাৱে তেওঁলোকে ঘূৰি আহিব বুলি আমি আশাবাদী । অতি কষ্ট আৰু চিন্তাৰে আমি সময় অতিবাহিত কৰিছো।- এইদৰে জনালে প্ৰণৱ কুমাৰ গগৈৰ পত্নী নমিতা গগৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in