বোকাখাতত মহাজোঁটৰ সমৰ্থিত আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থী প্ৰণব দলেৰ মনোনয়ন দাখিল…

বোকাখাতত মহাজোঁটৰ সমৰ্থিত আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থী প্ৰণব দলেৰ মনোনয়ন দাখিল…
  • সোমবাৰে বোকাখাতত মহাজোঁটৰ সমৰ্থিত আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থী প্ৰণব দলেৰ মনোনয়ন দাখিল।
  • বিশাল ৰেলীৰে বোকাখাত মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত প্ৰণব দলে।
  • প্ৰণব দলেক সংগ দিলে কৃষক নেতা সোনেশ্বৰ নৰহ,বোকাখাতৰ প্ৰয়াত বামপন্থী নেতা কমলেশ্বৰ ৰাজখোৱাৰ পত্নী তথা জেষ্ঠ বাওপন্থী নেত্ৰী নিলীমা ৰাজখোৱাই।
  • উল্লেখযোগ্য যে, ৰাজ্যখনৰে ২০২১ ৰ নিৰ্বাচনৰ সৰ্ব কণিষ্ঠ প্ৰাৰ্থী প্ৰণব দলে।
  • ইতিমধ্যে বিশ্বজুৰি চৰ্চিত হৈছে প্ৰণব দলেৰ প্ৰাৰ্থীত্ব।
  • ড. হীৰেন গোঁহাইকে আদি কৰি কেইবাজনো জেষ্ঠ বুদ্ধিজীবীৰ মুকলি সমৰ্থন প্ৰণব দলেলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in